" মৰুভূমিৰ এই প্ৰাণীবোৰৰ বিষয়ে জানি আপুনি আচৰিত হ'ব ! You will be amazed to know about these desert creatures!

মৰুভূমিৰ এই প্ৰাণীবোৰৰ বিষয়ে জানি আপুনি আচৰিত হ'ব ! You will be amazed to know about these desert creatures!

You will be amazed to know about these desert creatures!



মৰুভূমিৰ এই প্ৰাণীবোৰৰ বিষয়ে জানি আপুনি আচৰিত হ'ব !

এই পৃথিৱীত কিছূমান প্ৰাণী আছে যাৰ ৰূপে বা গুণবোৰে আপোনাক আকৰ্ষিত কৰিব।কিন্ত এই পৃথিৱীখনতেই ভগবানে এনেকোৱা কিছুমান প্ৰাণীৰ সৃষ্টি কৰিছে যাক দেখিলে বুকু কপি উঠাৰ দূৰৰে কথা, সিহতৰ কথা শুনিলেই আপোনাৰ গা জিকাৰ খাই উঠিব।

মৰুভূমিৰ কিছূমান প্ৰাণী আছে সিহতৰ কথা শুনিলেই আপোনাৰ বুকু কপি উঠিব বা আপুনি জিকাৰ খাই উঠিব।

এতিয়া সেই প্ৰাণীবোৰৰ ভিতৰত আটাইতকৈ ভয়ংকৰ প্ৰাণী দুবিধৰ বিষয়ে জানো আহক-

১। ইনলেণ্ড টাইপেন: এইবিধ সাপৰ বিষেই আন যিকোনো বিষাক্ত সাপৰ বিষতকৈ মাৰাত্মক বুলি জনা যায়।অৱশ্যে এক অধ্যয়ন অনুসৰি বিশ্বৰ আটাইতকৈ বিষাক্ত সাপবোৰৰ ভিতৰত ইয়াৰ স্থান তৃতীয়।এইবিধ সাপ সাধাৰণতে অষ্ট্ৰেলিয়াত পোৱা যায়। ই চাৰে ছয় ফুট পৰ্যন্ত দীঘল হয়।

Inland taipan Snake


ইয়াৰ বিষয়ে আটাইতকৈ  ভয়ংকৰ দুটা কথা হ'ল- ই একে সময়তে দ্ৰুতগতিৰে বহুবাৰ খুট মাৰে আৰু মাত্ৰ এটা খুট মাৰোতেই বা এবাৰ কামোৰোতে যিখিনি বিষ এৰি দিয়ে সেইখিনি বিষে প্ৰায় এশজন মানুহৰ প্ৰাণ ল'ব পাৰে।

২। উট পক্ষী: আফ্ৰিকা মহাদেশৰ মৰুভূমিৰ আটাইতকৈ ভয়ংকৰ প্ৰাণীবোৰৰ ভিতৰত ই অন্যতম।আপুনি জানি আচৰিত হ'ব যে, ইয়াৰ নখবোৰ প্ৰায় ২০ ইঞ্চি দীঘল।ইয়াৰ ঠেং দুটাও অত্যন্ত শক্তিশালী। ই যেতিয়া আক্ৰমণ কৰে ইয়াৰ ঠেং আৰু নখৰপৰা শত্ৰু বাচি যাব নোৱাৰে।

You will be amazed to know about these desert creatures!


Post a Comment

Previous Post Next Post

People Like