সুৰাপায়ী সকলৰ বাবে এক অতি বিশেষ খবৰ

Assam wineshop new


এক অতি বিশেষ খবৰ। সুৰাৰ বিপণীত কৰোনাৰ ভেকচিনে প্ৰভাৱ পেলাব নেকি? মানচেষ্টাৰ বিশ্ববিদ্যালয়ত গৱেষণাৰত ইমিউনিলজি বিভাগৰ অধ্যাপক শীনা ক্ৰুইকশ্যাংক ই জানিবলৈ দিয়ে যে, সুৰাই যিহেতু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে, কৰোনা ভেকচিন লোৱাৰ পাছত সুৰাপ্ৰাণ কৰিলে ভেকচিনে কাম নকৰাৰ সম্ভাৱনাই অধিক। ফলত সুৰাপায়ী কৰোনাৰোগীসকলে সূৰাপান নকৰিব আৰু সুৰা বিক্ৰীত প্ৰভাৱ পৰিব পাৰে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.