৪৩৩ জন লোকে প্ৰাণ হেৰুৱাইছিল কুকুৰৰ কামোৰত : Pit Bull Terrier

Pit Bull Terrier


এক আচৰ্যকৰ খবৰ। আমেৰিকাৰ আটাইতকৈ ভয়ানক কুকুৰবিধ হ'ল Pit Bull Terrier । আচৰিত আৰু শিহৰণকাৰী খবৰ যে,dogsbite.org ৰ তথ্য অনুসৰি ২০০৫ ৰপৰা ২০১৭ চনৰ ভিতৰত আমেৰিকাত মুঠতে ৪৩৩ জন লোকে প্ৰাণ হেৰুৱাইছিল কুকুৰৰ কমোৰত। তাৰে ২৮৪ জনক মৃত্যুমূখত পেলাইছিল এই Pit Bull Terrier কুকুৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.