বিয়াৰ দিনাই কইনা পলাল আনৰ লগত : Runaway bride

 বিয়াৰ দিনাই কইনা পলাল আনৰ লগত । 

বিয়াৰ দিনাই কইনা পলাল আনৰ লগত : Runaway bride


এইখন দেশত আৰু কি কি যে নহব । দেশৰ আইন যিমানেই কঠোৰ নহওক কিয় একাংশৰ গা নলৰে । প্ৰেম বহুতৰে লগত হোৱাটো আজিৰ দিনত যেন এক অভিনয়ৰ দৰেহে । প্ৰেমৰ নামত আজি কালি চলে প্ৰতাৰনা । এক আচৰ্যকৰ খবৰ। বিয়াৰ দিনা ক ইনা  বিচাৰি নাপালে দৰাই। এই আচৰিত খবৰ উত্তৰপ্ৰদেশৰ। ১০ ডিচেম্বৰৰ দিনা উত্তৰপ্ৰদেশৰ আজামগড়ৰ দৰাই কইনা আনিবলৈ গৈ কইনা বিচাৰি নাপায়। কইনা নিখোজ। উপায়ন্তৰ হৈ দৰা আইনৰ আশ্ৰয় লয়। দৰাৰ সন্দেহ কইনা অন্য লৰাৰ লগত পলাই গৈছে । পুৰনা প্ৰেমিকৰ লগত পলাই যোৱাৰ সন্দেহ দৰাৰ কিন্তু এতিয়ালৈ কোনো সু সুত্ৰ পোৱা নাই কইনাৰ ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.