তিতাবৰ ৰেলৰ খুন্দাত মৃত্যু নাহৰফুটুকীৰ

তিতাবৰ ৰেলৰ খুন্দাত মৃত্যু নাহৰফুটুকীৰ ।

তিতাবৰ ৰেলৰ খুন্দাত মৃত্যু নাহৰফুটুকীৰ


তিতাবৰ মেলামাটিৰ সমীপৰ টেকেলা গাৱঁত উদ্ধাৰ নাহৰফুটুকীটোৰ মৃতদেহ ।

পুৱতি নিশা ৰেল আলি পাৰ হওঁতে ৰেলৰ খুন্দাত মৃত্যু ঘটিছে নাহৰফুটুকীটোৰ।

লক্ষণীয় যে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ কেইবাটাও স্থানত সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীয়ে ।।

অঞ্চলটোত কেইবাটাও বাঘে আশ্ৰয় লৈ থকাৰ ফলত আতংকিত হৈ আহিছে স্থানীয় ৰাইজ।

ইফালে কোনো দুস্কৃতিকাৰীয়ে মৃত নাহৰফুটুকীটোৰ অংগ কাটি লৈ যোৱাৰ অভিযোগ উঠিছে।


*তিতাবৰ পৰা চাজিদ হুছেইনৰ ৰিপৰ্ট ।*

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.