" ৫ টকীয়া নোট আছে তেন্তে লাখপতি: কেনেকৈ হ'ব ভাগ্যবান : জানক সকলো : Sell 5 rupees old note

৫ টকীয়া নোট আছে তেন্তে লাখপতি: কেনেকৈ হ'ব ভাগ্যবান : জানক সকলো : Sell 5 rupees old note

Sell old note online

এখন ৫ টকীয়া নোটৰে আপুনি ধন লাভ কৰিব পাৰে। এই নোটখনৰ কাষত এটা বিশেষ নম্বৰ লিখা থাকিব যাৰ দ্বাৰা আপুনি ইয়াৰ সুবিধা লাভ কৰিব পাৰিব।

আহক আপোনাক কওঁ‌, এই নোটখনত কোনটো নম্বৰ বিচাৰ আপুনি ধনৰ উপহাৰ পাব পাৰে - 

বহু মানুহৰ পুৰণা নোটসমূহ সংগ্ৰহ কৰাৰ এটা হবি আছে। বহু ৱেবচাইটত পুৰণা নোটৰ বাবে বহু চাহিদা আছে।

Sell old note online

কিছুমান নোট, কিছুমান বিশেষ কাৰণত বিখ্যাত হৈ পৰে। বৰ্তমান ৫ টকীয়া এখন বিশেষ নোটৰ চাহিদা অধিক বৃদ্ধি পাইছে। অনলাইনত এনে নোটৰ মূল্য ২৫ ৰ পৰা ৩০ হাজাৰ টকা পৰ্য্যন্ত। আপুনি নিশ্চয় ভাবিছে যে এই ৫ টকীয়া নোটখনৰনো কি বিশেষত্ব আছে যে ইয়াৰ ইমান চাহিদা 

Sell old note online

আপোনাক জনাওঁ‌ যে এই নোটখনত ১০ লাখ নম্বৰটো লিখা থাকিব। এনে নোট বহুত দূৰ্লভ বুলি জানিব পৰা গৈছে। এই নোটখনৰ কাষত ১০ লাখ নম্বৰটো লিখা থাকিব। এইনোটখন যদি আপুনি পায়, তেন্তে এইখন বিক্ৰী কৰি ৩০ হাজাৰ টকা পৰ্য্যন্ত লাভ কৰিব পাৰে। শ্বপক্লুজ, ইণ্ডিয়ামাৰ্ট আদি এনে কিছুমান ৱেবচাইট আছে যিবোৰত এনে নোট বৈধভাৱে বিক্ৰী কৰিব পাৰি।

কেনেকৈ বিক্ৰী কৰিব জানিবলৈ পঢ়ক

37 Comments

  1. Jayanta sonowal i have 6 old coins of 1rupee.

    ReplyDelete
  2. Mur ase 5 rupees coins....contct me 9101370577

    ReplyDelete
  3. I have old coins 5 paise to 10 rupees.if u need then call me

    ReplyDelete
  4. 1717 coin .aru 5 rupes note

    muru ase

    ReplyDelete
  5. মোৰ আছে ।।।।।

    ReplyDelete
  6. I have a 500 rupee note having 786 number. Contact 9101449037

    ReplyDelete
  7. I have some old coins like..5,10,20 Paisa, n old Rupees like Rupee 2,5,10.
    So anyone want to this...plz contact me this no....7002977785

    ReplyDelete
  8. I have some old coins like..5,10,20 Paisa, n old Rupees like Rupee 2,5,10.
    So anyone want to this...plz contact me this no....7002977785

    ReplyDelete
  9. Mur 5 tolia 10 tolia bohut ase..lagile kobo

    ReplyDelete
  10. Muru ase Ata not Contact=7099624800

    ReplyDelete
Previous Post Next Post

People Like