চৰকাৰৰ এই কেইটা নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা : জানক আজিৰে পৰা নতুন নিয়ম : New rule news by India govt

Latest Assamese News Times Guwahati


1 oct ৰ পৰা সলনি হ'ল বহু নিয়ম । Driving licence , RC, ৰখাৰ টেনচন লোৱাৰ দৰকাৰ নাই, ইয়াৰ লগতে মিঠাই দোকানীয়ে বেচিব নোৱাৰিব মিঠাই । দেশৰ বাহিৰলৈ টকা পঠালে ভৰিব লাগিব TCS

Banking sector, Motor vahan, Ujjala Gas yojana ৰ সলনি হৈছে নিয়ম । গতিকে আগতেই জানি ললে আপুনি বাচি থাকিব সম্ভাবিত বিপদৰ পৰা ।

১) দুকানবোৰ পুৰনি মিঠাই বেচিব নোৱাৰিব এতিয়াৰে পৰা । গ্ৰাহকক বনোৱা তাৰিখ , আৰু ম্যাদ উকলা তাৰিখ জনাব লাগিব । যদি কোনো কাৰনত মিঠাইৰ কাৰনে গ্ৰাহক কোনো অসুবিধা হয় তেন্তে আইনগত ব্যৱস্থা হব। 

২) TV ৰ দাম বাঢ়িব । 5% tax বাঢ়িব সকলো Telivison ৰে । এতিয়াৰে পৰা আপুনি TV কিনিব গলে অধিক ধন ব্যয় কৰিব লাগিব । 

৩) ৰন্ধন গেছ কম দামত পাৰে , প্ৰতি মাহৰ প্ৰথম সপ্তাহত চৰকাৰী কোম্পানিৰ বৈঠক হয় । আৰু দাম কেনেকৈ কম কৰিব পাৰি তাক আলোচনাও হয় । Septomber মাহতো গেছৰ দাম কমিছিল । কিন্তয গাওঁ এৰিয়াত সু প্ৰভাব পৰিল নে সেয়া ৰাইজে নিজেই Comment  কৰি জনাব । 

Assamese News


৪) Motor vehicle act New :- সলনি হ'ল Motor  vahan ৰ কিছু নিয়ম । 1 oct ৰ পৰা RC, DL, Fitness certificate , Pollution certificate, অনলাইন মাধ্যমতেই প্ৰযোজ্য হ'ব ।  চৰকাৰী App Digilocker ৰ সহায়ত সকলো নথি দেখুৱাব পাৰিব । কোনো ধৰনৰ নথি গাড়ী লৈ ফুৰাৰ প্ৰয়োজন নাই । traffic police য়ে ইয়াৰ সহায়তে আপোনাৰ সকলো তথ্য চাব পাৰিব ।

৫) বিনা মূলে  নাপাব LPG Gas ; চৰকাৰী যোজনা যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ২য় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হবলৈ বহুত সহায় কৰিছিল সেই প্ৰধানমন্ত্ৰীৰ Ujjala Yojana এতিয়াৰে পৰা বিনা মূলে নাপাব । 1 oct ৰ পৰা কোনো ধৰনৰ Subsidy  নাপাব আৰু চৰকাৰী দামতেই কিনিব লাগিব । 

৬) Health insurance কৰিলে অধিক সুবিধা পাব 1 oct ৰ পৰা । IRDAI ৰ মতে Health insurance ৰ বহুত ডাঙৰ সালসলনি হবলৈ গৈ আছে । Health insurance ৰ Policy মতে সৰু সৰু বেমাৰৰ পৰা সকলো বেমাৰৰ বাবে insurance কৰাব পাৰিব । ই কেৱল Health insurance company ৰ প্ৰতি গ্ৰাহক আগৰ্হী কৰাৰ ৰণকৌশল ।

Assamese News  on health insurance


৭) বিদেশৰ লগত বিত্তিয় লেন দেন কৰে তেন্তে এতিয়াৰে ভৰিব লাগিব TCS ; Money transfer কৰাৰ ক্ষেত্ৰটো Tax বৃদ্ধি কৰিছে চৰকাৰে । 

৮) সকলো বাহনতে High security Number plate লগোৱাটো বাধ্যতামূলক । যাৰ সহায় গাড়ীখনৰ সকলো তথ্য সেই নম্বৰ প্লেট খনৰ পৰাই উপলব্ধ হব আপুনি নতুনকৈ তথ্য দিয়াৰ প্ৰয়োজন নাই । যদিহে High security plate নলগাই তেন্তে ভৰিব লাগিব ১০০০০/- টকাৰ চালান ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.