মবাইল ফোন যদি আছে তেন্তে জানিবলগীয়া ৭ টা বিশেষ কথা : বিপদৰ পৰা বাচক : Important Settings of mobile phone user

মবাইল ফোন যদি আছে তেন্তে জানিবলগীয়া ৭ টা বিশেষ কথা : বিপদৰ পৰা বাচক 


Important Settings of mobile phone user


অাজিৰ এই post ৰ বিষয়ে আমি কথা পাতিবলৈ ওলাইছো। মবাইল ফোনৰ 7টা  বহুত আবশ্যক setting ৰ বিষয়ে  বহুত কম লোকেহে জানে। তেন্তে  যদি আপুনিও এই  settings ৰ বিষয়ে বেছিকৈ তথ্য বিচাৰে তেন্তে  আমাৰ লগত এই post ৰ লগত একলগ হওক আৰু post  পচন্দ হোৱাৰ পাছত like , share  নিশ্চয়  কৰক ,আমাৰ লগত খাপ খাবলৈ আৰু  এনেধৰণৰ নতুন নতুন তথ্য পঢ়িবলৈ আপুনি আমাক অনুসৰণ  ও কৰিব পাৰিব। 

1 যদি আপোনাৰ মবাইল ফোন slow হৈ গৈছে । তেন্তে  আপুনি তাক এবাৰ re- set নিশ্চয়  কৰিব লাগে ,re-set কৰাৰ ফলত আপোনাৰ ফোনটো যেনেকুৱা company ৰ পৰা আহিছিল ,তেনেকুৱাই হৈ যাব।আৰু  মনত ৰাখক re-set কৰাৰ সময়ত নিজৰ জৰুৰী বস্ত্তবোৰ প্ৰথমতে কোনো বেলেগ ঠাইত থৈ লওক ,কিয়নো re-set কৰাৰ সময়ত আপোনাৰ জৰুৰী docoments বা আপোনাৰ contacts number বোৰো delete হৈ যাব পাৰে। re-set কৰাৰ  ফলত আপোনাৰ ফোনৰ life বাঢ়ে আৰু  ফোনৰ henge ও নহয়।

2 সময়-সময় ত প্ৰতি Application ক update কৰাই থাকিব,Application  update কৰাৰ ফলত এই সুবিধা হব যে আপুনি নতুন বৰ্জনৰ Application লাভ কৰিব। যাৰ পৰা আপুনি সেই Application ক আৰু  অধিক ভালদৰে ব্যবহাৰ কৰিব পাৰিব।

3 ফোনৰ wallpaper ক কেতিয়াও বেছিকৈ like ত নাৰাখিব , যিমান পাৰে dark wallpaper  ৰ ব্যবহাৰ কৰক আৰু  যদি আপুনি black wallpaper  ৰ ব্যবহাৰ কৰে তেন্তে  বহুত ভাল হব , কিয়নো ইয়াৰ পৰা আপোনাৰ মবাইলৰ বেটাৰী ৰ life ও বাঢ়ে ।

Important Settings of mobile phone user


4 যদি আপুনি youtube ত video চাই ভাল পায়। তেন্তে  আপুনি youtube ৰ background ক  ও set কৰিব পাৰে ,আপোনাৰ youtube ৰ settings ত background ৰ setting ৰ আবশ্যকবোৰ পায়। যদি তাক আপুনি on  কৰি দিয়ে ,তেন্তে  যি youtube ৰ background আছে সেইটো ও black  হৈ যাব ,যাৰ কাৰণত আপোনাৰ মবাইল ফোনৰ বেটাৰীৰ lode কিছু কম হৈ যায়।

5 ৰাতি ফোনৰ ব্যবহাৰ কৰাৰ সময়ত নিজৰ ফোনৰ brightness কম কৰি ৰাখক ,এনেকুৱা কৰিলে আপোনাৰ ফোনৰ বেটাৰী টোও বাচিবই  লগতে আপোনাৰ চকুটোৰো  কোনো অসুবিধা নহয় ।

6 মবাইল ফোনক কেতিয়াও houndred  charge নকৰিব 99 তে তাক  charge  ৰ পৰা এৰি দিয়ক ,এনেকুৱা কৰাৰ ফলত আপোনাৰ এদিনৰ বেটাৰী কিছু দিনলৈ চলিব।

7 নতুন ফোন লোৱাৰ পাছত তাক এবাৰ full charge কৰাটো বহুত আবশ্যক  হয় ,এনেকুৱা কৰাৰ ফলত আপোনাৰ ফোনৰ বেটাৰী life  টো বাচি থাকে ,প্ৰথম বাৰ  তাক full charge কৰক আৰু  তাৰ পাছত সম্পূৰ্ণ ৰূপে down হোৱাৰ পাছত আকৌ charge কৰক।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.