বিদুৎ বিভাগৰ ওপৰত আপোনাৰ কিবা আপত্তি আছে নেকি ? Complain against Electricity

বিদুৎ বিভাগৰ ওপৰত আপোনাৰ যদি কিবা আপত্তি থাকে,  আপোনাৰ জিলালৈ আহিব কৰ্মচাৰী: 

Complain against electricity department Assamese News


 হয় উত্তৰ হাৰিয়ানাৰ বিদুৎ বিতৰন নিগমৰ অন্তৰ্গত  গ্ৰাহক সকললৈ সুখবৰ ৷ বিদুৎ বিভাগৰ ওপৰত কিবা অভিযোগ থাকিলে এতিয়াৰ পৰা নিজৰ জিলাতেই পাব বিদুৎ অধিকাৰীক ৷ 

Complain against electricity department Assamese News


উত্তৰ হাৰিয়ানাৰ বিদুৎ বিতৰন নিগমৰ অন্তৰ্গত গ্ৰাহক সকলৰ অভিযোগ নামা দাখিলৰ লগতে পুৰনা অভিযোগ সমূহৰ সুনানি প্ৰক্ৰিয়া প্ৰদান কৰিবৰ বাবে "অভিযোগ নিৱাৰন মঞ্চৰ " লৈছে বিশেষ পদক্ষেপ ৷ সদস্য সকলে নৱেম্বৰ মাহত বিভিন্ন স্থানত নিজেই অনুসন্ধান চলোৱাৰ কথা ইতিমধ্যে সদৰী কৰিছে  ৷

Complain against electricity department Assamese News


বিদুৎ বিতৰন নিগমৰ বিভাগীয় প্ৰৱক্তাই আজি এই কথা স্পষ্ট কৰি কয় যে অভিযোগ নিৱাৰন মঞ্চৰ সদস্য সকলে ৩ নৱেম্বৰত কৌথল, ৫ নৱেম্বৰত পানীপত, ৯ নৱেম্বৰত যমুনা নগৰ, ১১ নৱেম্বৰত কৰনাল, ১৩ নৱেম্বৰত সোনিপত, ১৭ নৱেম্বৰত কুৰুক্ষেত্ৰ, ১৯ নৱেম্বৰত ঝজ্জৰ,  ২৩ নৱেম্বৰত ৰোহতক, ২৫ নৱেম্বৰত অম্বালা, আৰু ২৭ নৱেম্বৰত পঞ্চকুলাত  চি জি আৰ এফৰ কাৰ্যালয় সমূহত গ্ৰাহকসকলৰ  পূৰ্বৰ অভিযোগৰ সুনানি আৰু নতুন অভিযোগনামা দাখিল কৰিব ৷ ইয়াৰ ফলত গ্ৰাহক সকলৰ নিজৰ অভিযোগ নিকতৱৰ্তী স্থানতেই দাখিল কৰিব পাৰিব ৷ 

অভিযোগ নিৱাৰন মঞ্চই বিদুৎ বিভাগৰ সকলো ধৰনৰ সমস্যা সমাধান কৰিব ৷ যেনে বিদুৎৰ বিল,  ভলটেজ, কানেক্টচন সংস্থাপন কৰা বা সংযোগ বিচিন্ন কৰা ইত্যাদিওঁ  সন্নিবিষ্ট আছে ৷

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.