নিবনুৱা সকলৰ বাবে সুখবৰ । প্ৰতিমাহে ১৫০০ টকাকৈ দিব চৰকাৰে । ৩০ নবেম্বৰ ভিতৰত আবেদন কৰক Apply for Government provided allowances

 নিবনুৱা সকলৰ বাবে সুখবৰ । প্ৰতিমাহে ১৫০০ টকাকৈ দিব চৰকাৰে । ৩০ নবেম্বৰ ভিতৰত আবেদন কৰক ।

Times guwahati News


Class 12 লৈ পঢ়া (Post graduate) কোনো কাম নথকা যুৱকক চৰকাৰে দিব নিবনুৱা ভাত্ৰা

যি সকল লোক Employment exchange ত ৩ বছৰ পৰা Registered হৈ আছে তেওলোকে লাভ কৰিব এই সুবিধা । লকডাউনৰ সময়ত বহুত লোক কামৰ অভাৱত নিবনুৱা(Jobless) হৈছিল : ইয়াৰ ভিতৰত বৃহত সংখ্যাত আছিল শিক্ষিত যুৱক ।

লকডাউনত কোম্পানিবোৰ বন্ধ হৈ যোৱাত ৩ কোটি যুৱক নিবনুৱা হ'ল । কিন্তু কোনো এখন চৰকাৰে একোৱে কৰিব পৰা নাছিল । 

 অসম চৰকাৰে দিব নোৱাৰিলেও Unemployment Wages ত নামভৰ্তি কৰাৰ সুবিধা দিছে হাৰিয়ান চৰকাৰে । Class 12 লৈ পঢ়া কাম বন নথকা এই সুবিধা দিছে চৰকাৰে ।

প্ৰতিমাহে ৯০০ টকাকৈ পাব যুৱক সকলে । আৰু Gradute সকলে পাব ১৫০০ টকা মাহেকত । ইয়াৰ বাবে উদ্ধতম বয়সৰ সীমা ৩৫ বছৰ ।


কেনেকৈ লাভ কৰিব এই আচনিৰ ধন ?

এই আচনিত ভৰ্তি হবলৈ ২১ ৰ পৰা ৩৫ বছৰ হব লাগিব । ইয়াৰ উপৰিও Employment exchange কাৰ্যালয়ত ৩ বছৰ পুৰনা নাম তালিকাত থাকিব লাগিব । ইয়াৰ উপৰিও আপোনাৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৩লাখতকৈ ওপৰত হব নালাগিব । আবেদন কৰিবলৈ যোগ্য প্ৰাৰ্থীয়ে কাৰ্যালয়ত গৈ From fillup কৰিব লাগিব । তাৰ পিছত verification হ'ব । আবেদনৰ অন্তিম তাৰিখ ৩০ নবেম্বৰ ।



কিন্তু অসম চৰকাৰে এনে প্ৰদক্ষেপ লোৱাত ব্যৰ্থ : ব্যস্ত কেৱল নিৰ্বাচনী প্ৰচাৰত । চৰকাৰী চাকৰি দিবলৈ সক্ষম নহয় অসম চৰকাৰ । অসমৰ ৩ কোটি জনতাৰেই ৩০ লাখ লোক আজি নিবনুৱা । 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.