ADRE 2.0 পৰীক্ষাৰ ফলাফল প্ৰকাশ: কেতিয়া আৰু কেনেকৈ চাব?
অসম চৰকাৰৰ অধীনত হোৱা ADRE 2.0 পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱাৰ সম্ভাৱনা শীঘ্ৰেই। যি সকলে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিল, তেওঁলোকে কিদৰে আৰু কেতিয়া ফলাফল চাব পাৰিব জানো আহক।
ADRE 2.0 পৰীক্ষাৰ ফলাফল কেতিয়া প্রকাশ হ'ব ?
ADRE 2.0 (Assam Direct Recruitment Examination 2.0) পৰীক্ষাৰ উত্তৰপত্ৰ ইতিমধ্যে মূল্যায়ন কৰা হৈছে, আৰু অসম চৰকাৰৰ পৰীক্ষা সঞ্চালনকাৰী সংস্থা শীঘ্ৰেই ADRE 2.0 ৰিজাল্ট ঘোষণা কৰিব। আনুমানিকভাৱে, ফলাফল এই মাহৰ শেষৰফালে (২০ তাৰিখৰ পিছত) বা আগামী মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ হ'ব বুলি অনুমান কৰা হৈছে। আৰু ১০ মাৰ্চত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব ।
ADRE 2.0 ৰ ফলাফল কেনেকৈ চাব?
ADRE 2.0 ৰ ফলাফল চাবলৈ, পৰীক্ষাৰ্থীসকলে নিম্নলিখিত পদক্ষেপসমূহ অনুসৰণ কৰিব লাগিব:
ADRE ৰ অফিচিয়েল ৱেবচাইট slrcg3.sebaonline.org and assam.gov.in ত লগিন কৰক।
"ADRE 2.0 Exam Result 2024" লিংকটো ক্লিক কৰক।
আপোনাৰ Application ID আৰু পাসৱাৰ্ড প্ৰৱিষ্ট কৰক।
"Submit" বুটামত ক্লিক কৰাৰ পিছত আপোনাৰ ফলাফল স্ক্রিনত দেখা পাব।
ফলাফল ডাউনল'ড কৰি প্ৰিন্ট কৰি ৰাখিব পাৰে।
ADRE 2.0 ৰ কাটঅফ মার্কস
এইবাৰ Cutoff Marks আগতকৈ অলপ বেছি হ'ব বুলি অনুমান কৰা হৈছে। নিচিনা:
Gen Category – 65-70 Marks
OBC/MOBC – 60-65 Marks
SC/ST – 55-60 Marks
ADRE 2.0 Result সম্পর্কিত গুৰুত্বপূর্ণ তথ্য
Merit List: ADRE 2.0 ৰ মেধাতালিকা (Merit List) অফিচিয়েল ৱেবচাইটত উপলব্ধ হব।
দ্বিতীয় পৰীক্ষা বা প্ৰশিক্ষণ: ফলাফল ঘোষণা হোৱাৰ পিছত, পৰৱৰ্তী পদক্ষেপৰ বিষয়ে সরকারি ঘোষণা থাকিব পাৰে।
নতুন তথ্যৰ বাবে আমাৰ পেজ Times Guwahati ফলো কৰি লওক । ADRE 2.0 ৰিজাল্ট আপডেট অহা মাত্ৰ আমাৰ পেজত পাব।
Topic About :-
adre result date,adre 2.0 result date,adre result,adre exam result,assam direct recruitment exam result,adre result date 2024,adre grade 3 result,adre grade 4 result,assam direct recruitment exam,assam direct recruitment result date,assam adre exam results date,assam gk,adre result update,adre result declared,adre result date 2025,adre,adre 2.0,adre exam result 2025,adre grade4 result date,adre 2.0 expected result date,adre 2.0 exam