কেইটামান ৰোগৰ ঘৰুৱা উপায় , পাকস্থলীৰ ঘা, জণ্ডিছ, হেঁকেটি, ফোঁহা, নিউমোনীয়া, কঁকালৰ বিষ,স্মৃতিশক্তি হ্ৰাস

কেইটামান ৰোগৰ ঘৰুৱা উপায়



১)পাকস্থলীৰ ঘা(GASTRIC ULCER)--
নহৰুৰ ৰস ১২গ্ৰামত সামান্য পানী মিহলি
কৰি একেৰাহে ১৫দিন খালে এই ৰোগ ভাল হয়|
২)জণ্ডিছ- ২০গ্ৰাম কেৰেলাৰ ৰসত ১কাপ
পানী মিহলাই ৰাতিপুৱা আৰু গধূলি খাব
লাগে|
৩)হেঁকেটি- খুব মিহিকৈ আদা এটুকুৰা
চকলিয়াই খালে সকলো প্ৰকাৰ হেঁকেটি
সহজে বন্ধ হোৱা দেখা যায়|
৪)ফোঁহা-দেহৰ কোনো অংগত ফোঁহা হলে
নহৰু ২/৩ ফুটা খুন্দি কিছু জ্ঞময় প্ৰলেপ
দিলে ফোঁহা সহজে শুকায়|
৫)নিউমোনীয়া(PNEUMONIA)-দোৰোণ
বনৰ ৰস ২চামুচকৈ সমপৰিমানৰ পানী দি
দিনে তিনিবাৰ খাব লাগে আৰু খুন্দি মূৰত
প্ৰলেপ দিয়া ভাল|দোৰোণ বনৰ পাতৰ ৰস
বুকুত মালিচ কৰিলেও ৰোগীয়ে যথেষ্ট
আৰাম পায়|
৬)কঁকালৰ বিষ- কেঁচা আলুগুটি ২টা পিহি
কঁকালত লগাই (১৪/১৫ মিনিট)ৰাখিলে
যথেষ্ট আৰাম পোৱা যায়|
৭)স্মৃতিশক্তি হ্ৰাস- ব্ৰাহ্মীশাকৰ ৰস ১৫/২০
মি:লি: অলপ গাখীৰ মিহলি কৰি খালে
স্মৃতিশক্তি বৃদ্ধি হয়|
🙏 🙏👉👉 স্বেয়াৰ কৰক,নিজে সুস্থ্য
থাকি আনকো সুস্থ ৰাখক









Post a Comment

Previous Post Next Post

People Like