কেঁচুমুৰীয়া বা অৰ্শ (PILES)
এই ৰোগ মতা-তিৰোতা, ল'ৰা-বুঢ়া সকলোৰে হ'ব পাৰে। মলদ্বাৰৰ শিৰা ফুলি উঠে। মটৰ মাহৰ আকৃতিৰ সৰু সৰু ফোঁহা হয়।
ৰোগৰ কাৰণ:
যকৃতৰ দোষ, কোষ্ঠকাঠিন্য, অতিৰিক্ত আহাৰ গ্রহণ, বেছি মছলা দিয়া খাদ্য, উত্তেজক দ্রব্য, অখাদ্য বস্তু খোৱাৰ কাৰণে এই ৰোগ হয়। শৰীৰত পানীৰ পৰিমাণ কমি গ'লেও এই ৰোগ হ'ব পাৰে। শৌচদ্বাৰ অপৰিষ্কাৰকৈ থকা আৰু একেৰাহে বহু সময় ধৰি টান বস্তুত বহি থাকিলেও এই বোগ হ'ব পাৰে। শৌচদ্বাৰত ক্রিমি হ'লেও হয়।
ৰোগৰ লক্ষণঃ
মলদ্বাৰৰ ভিতৰ বা বাহিৰত সৰু সৰু ফোঁহা হয়। সাধাৰণতে বিষ নহয়। মলদ্বাৰেদি পিচত পাইখানাৰ লগত বা এনেয়ে তেজ পৰে। মলদ্বাৰ খুব জ্বলা- পোৰা কৰে, কেতিয়াবা আকৌ বিষো হয়। শৌচ টান হয় আৰু বাবে বাবে শৌচ কৰিব লাগে। তুমি বাহিৰ ওলাই যায় আৰু বাবে বাৰে তেজ পৰে। শৌচদ্বাৰত কেতিয়াবা খজুৱতীও হয়।
বন-ন্দৰবঃ
আমি সহজে পোৱা বিভিন্ন বন-দৰবৰ দ্বাৰা এই ৰোগ অতি সহজে আৰোগ্য কৰিব পৰা যায়।
(১) তেজ পৰিলে আধা গিলাচ গাখীৰত ২ গিলাচ গোল নেমুৰ বস মিহলি কৰি খালে এই ৰোগ ভাল হয়।
(২) মিঠা আমৰ ৰস আধা কাপ, মিঠা দৈ ২৫ গ্রামত এচামুচ আদাৰ বস মিহলি কৰি খালে অর্শ ভাল হয়।
(৩) পিঁয়াজ, ঘিউ, চেনি সমপৰিমাণৰ লৈ (২৫ গ্রামকৈ মিহলি কৰি একেৰাহে কেইদিনমান খালেই অৰ্শত তেজ পৰা বন্ধ হয়।
(৪) এটা মূলা কাটি শৌচদ্বাৰত এৰাতি বান্ধি ৰাখি পিচদিনা মুলাৰ ৰসেৰে মলদ্বাৰ ধুলে অর্শ ৰোগ ভাল হোৱা দেখা যায়।
(৫) মেথি গুটি ১০ গ্রাম গিলাচ গাখীৰৰ সৈতে খালে অর্শত তেজ পৰা বন্ধ হয়।
(৬) গৰমে গৰমে ২৫ গ্রাম মাটিমাহ খালে তেজপৰা অর্শ ভাল হয়।
(৭) কেঁচুমুৰীয়াত তেজ পৰিলে ৰাতিপুৱা আহাৰৰ লগত মচুৰ দাইল খোৱাৰ পাচত ১ গিলাচ বিশুদ্ধ মাখন খালে ৰোগ উপশম হয়।
(৮) অর্শত তেজ পৰিলে ৬০ গ্রাম তিলৰ লগত অলপ দৈ মিহলি কৰি খালে তেজ পৰা বন্ধ হয়। অকল তিল খোৱাৰ পাচত পানী খালে তেজ নপৰা অৰ্শ ৰোগ ভাল হয়। দিনে তিনিবাৰকৈ খাব লাগে।
(৯) গুহ্যদ্বাৰ বাহিৰ ওলাই আহিলে এড়ি তেল প্রায় এমাহ একেৰাহে লগালে অর্শ শুকাই যায় আৰু বিষ নাইকিয়া হয়।
(১০) এগিলাচ পানীত এচামুচ ফিক্কিৰি মিহলাই সদায় গুহ্যদ্বাৰ ধুলে আৰু কাপোৰ এডোখৰ পানীত তিয়াই সেই মিশ্রণত জুবুৰিয়াই গুহ্যদ্বাৰত অলপ সময় ৰাখি থ'লে তেজ পৰা বন্ধ হয় আৰু কেঁচুমুৰীয়া ৰোগ ভাল হয়।
(১১) চফগুটি, জীবা, ধনীয়া এক চামুচকৈ লৈ ২ কাপ পানীত মিহলাই, উতলাই আধা পানী ব'লে চেকি, এক চামুচ খাঁটি ঘিউ মিহলাই খালে ভাল হয়।
(১২) নিয়মীয়াকৈ হাড়জোৰা লতাৰ ৰস ৪/৫ টোপালৰ লগত পানী মিহলাই খালে এই ৰোগ ভাল হয়।
(১৩) নিমৰ গুটিৰ পৰা তৈয়াৰ কৰা পাউদাৰ মৌৰ সৈতে সমপৰিমাণৰ ২৫ গ্রাম মিশ্ৰণ কৰি দিনে ২ বাৰকৈ খালে তেজপৰা বন্ধ হয়।
(১৪) নাহৰ গছৰ পূব ফালৰ ৪ ইঞ্চি দীঘল ২ ইঞ্চি বহল ১০ ছটা নাহৰ ছাল এৰুৱাই পানীত ভালদৰে ধুই খুন্দি দিনে তিনিবাৰকৈ প্ৰতি বাৰত ৮ চামুচ কৰি একেৰাহে তিনদিন খালেই অৰ্শ ৰোগ ভাল হয়।
(১৫) দুপৰীয়া টেঙাৰ পাত খুন্দি গুহাদ্বাৰত প্ৰলেপ দি ১৫ মিনিট সময় ৰাখিব লাগে।
(১৬) পদুম ফুলৰ কেঁচাপাতৰ ৰস চেনি আৰু মাখনৰ সৈতে খালে অৰ্শৰোগ নিবাৰিত হৈ থাকে।
(১৭) একোটাকৈ পকা বেল নিয়মীয়াকৈ ৮/১০ দিন খালে ৰোগ উপশম হয়।
(১৮) কৰবী গছৰ শিপা খুন্দি মলদ্বাৰত প্ৰলেপ দিব লাগে।
(১৯) কচুৰ থোৰ কণজলকীয়াৰ সৈতে পাতত দি খালে অৰ্শৰোগ ভাল হয়।
(২০) ওলকচু তেঁতেলি পাত দি সিজাই খাব লাগে। ওলকচু ৫০ গ্রাম দুই গিলাচ পানীত সিজাই তাত এমুঠি তেঁতেলি পাত দি দিনে এবাৰকৈ এমাহ খালে ভাল হয়।
(২১) ছাল কুঁৱৰীৰ ১ চামুচ ৰসত সামান্য গৰু ঘিউ মিহলাই খালে অৰ্শৰোগ ভাল হয়।
(২২) সোণাৰু গছৰ গুটিৰ মাজৰ অংশ (মলমৰ দৰে ওলোৱা কোমল অংশ) ১০ গ্রাম মান লৈ তাত অলপ পানী মিহলি কৰি ৰাতিপুৱা খাব লাগে আৰু মলম গুহ্যদ্বাৰত লগাব লাগে।
(২৩) মিঠা আমৰ গুটি পুৰি ছাইখিনি নাৰিকলৰ তেলৰ লগত দিনে ২ বাৰ মান লগালে অৰ্শৰোগ আৰোগ্য হয়।
অমিতা, ওলকচু, ডাবৰ পানী, মানিমুনি, খুতুৰা, ভেদাইলতা, কর্দৈ টেঙা, ওলকবি, বেতৰ গাজ, নহৰু, পুৰণি চাউলৰ ভাত, আমলখি, শিলিখা, চেংমৰা, কচুৰ আঞ্জা, ত্রিফলা সুপথ্য। বচ গছৰ কাণ্ডৰ ৰস উপকাৰী, আমলখিৰ সৈতে খাব লাগে।
নিষেধ:
ৰাতি উজাগৰে থকা, অধিক সঙ্গম কৰা, জোৰেৰে মল মূত্ৰ ৰোধ কৰা, চাইকেল চলোৱা, ঘোঁৰাত উঠা, উপবাস কৰা বেয়া। ৰ'দত থাকিব নালাগে। জ্বলা-পোৰা, গুৰুপাকী বস্তু, উৰহি, পূৰৈ শাক, মাছ, মাংস, লাও, বৰা চাউলৰ বস্তু খাব নালাগে। চকোৱা চাউল, উখুৱা চাউল অপকাৰী।
Ayurveda, the traditional Indian system of medicine, offers several remedies and lifestyle practices to manage and potentially cure piles (hemorrhoids). Here's a guide on how to approach piles using Ayurvedic principles:
1. Dietary Recommendations
- High-Fiber Diet: Consume foods rich in fiber like whole grains, fruits, vegetables, and legumes to soften stools and reduce strain during bowel movements.
- Stay Hydrated: Drink plenty of water throughout the day to prevent constipation, which can exacerbate piles.
- Avoid Spicy and Processed Foods: These can irritate the digestive system and worsen symptoms.
2. Ayurvedic Herbs and Remedies
- Triphala: A well-known Ayurvedic remedy, Triphala acts as a gentle laxative and helps in bowel regulation.
- Haritaki (Terminalia chebula): It improves digestion and prevents constipation.
- Aloe Vera: Aloe Vera gel can be applied externally to soothe irritation and reduce inflammation.
- Arshkalp Vati: This Ayurvedic formulation is often recommended for treating piles.
3. Topical Applications
- Sesame Oil: Warm sesame oil can be applied to the affected area to reduce pain and swelling.
- Turmeric and Ghee Paste: A mixture of turmeric and ghee (clarified butter) can be applied externally for its anti-inflammatory and healing properties.
4. Lifestyle Modifications
- Regular Exercise: Engage in moderate physical activity like walking, which promotes healthy digestion and prevents constipation.
- Practice Yoga: Certain yoga poses like Vajrasana, Malasana, and Pawanmuktasana can help improve digestion and reduce pressure on the anal region.
- Regular Bowel Habits: Do not delay bowel movements and try to maintain a regular schedule.
5. Detoxification (Panchakarma)
- Basti (Enema Therapy): In Ayurveda, Basti or medicated enema therapy is used to cleanse the colon and reduce Vata-related disorders, including piles.
- Virechana (Purgation Therapy): This therapy helps in detoxifying the body and is particularly useful for treating Pitta-type piles.
6. Hydration and Sitz Bath
- Warm Sitz Bath: Soaking in a warm bath with neem leaves or Triphala powder can help reduce discomfort and promote healing.
- Stay Hydrated: Drinking ample water is crucial to prevent constipation and ensure soft stools.
7. Consult an Ayurvedic Practitioner
- It's advisable to consult a qualified Ayurvedic practitioner to get a personalized treatment plan based on your body type (Prakriti) and the nature of the piles (Vata, Pitta, or Kapha type).
Important Notes:
- While these Ayurvedic remedies can be effective for mild to moderate cases, severe cases of piles may require more advanced treatments or surgical interventions. Always consult a healthcare provider if symptoms persist.
Incorporating these Ayurvedic practices into your lifestyle can provide relief from piles and help manage the condition effectively.