" এইকেইটা প্ৰশ্নৰ উত্তৰ দিয়ক, চাওক আপুনি কিমান জানে ?

এইকেইটা প্ৰশ্নৰ উত্তৰ দিয়ক, চাওক আপুনি কিমান জানে ?

এইকেইটা প্ৰশ্নৰ উত্তৰ দিয়ক, চাওক আপুনি কিমান জানে ?



১/ সেই বস্তুটো কি যিটো আপুনি সোঁহাতত ধৰিব পাৰে কিন্তু বাওঁহাতত ধৰিব নোৱাৰে?

২/ কিহৰ বহুত হৃদয় আছে কিন্তু আন অংগ নাই?

৩) খালী পেটত কিমান কল খাব পাৰি?

৪/ সেই বস্তুটো কি যিটো দুৱাৰৰ মাজেৰে পাৰ হৈ যায় কিন্তু কেতিয়াও সোমাই নাযায় আৰু কেতিয়াও ওলাই নাহে?

৫/ যিমানেই খোজ কাঢ়িলেও কেতিয়াও ভাগৰি নাযায় সেই বস্তুটো কি?

উত্তৰ ১. বাওঁহাত, ২.কাৰ্ডৰ ডেক, ৩.মাত্ৰ এটা, কাৰণ এটা খোৱাৰ পিছত খালী পেটে নাথাকিব, ৪.চাবিৰ ফুটা ৫.জিভা

Post a Comment

Previous Post Next Post

People Like