ইউটিউবাৰ দ্বীপজ্যোতি ডেকাক প্ৰহাৰ কৰা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ধনমনি ডেকাক আটক আৰক্ষীৰ



 ইউটিউবাৰ দ্বীপজ্যোতি ডেকাক প্ৰহাৰ কৰা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ধনমনি ডেকাক আটক আৰক্ষীৰ।

নিশা অসম অৰুণাচল সীমান্তৰ হেলেমৰ পৰা আটক কৰে ধনমনি ডেকাক। #স্বীকাৰোক্তি অনুসৰি মঙলদৈৰ গাঁওবুঢ়া পাৰাৰ এখন ধাবাত প্রথমে দ্বীপজ্যোতি ডেকাই ধনমনিৰ ভিডিঅ' কৰাক লৈ কাজিয়াৰ সূত্রপাত হয় আৰু দ্বীপজ্যোতিয়ে প্রথমে ধনমনিক গুৰিয়াই পিছত ধনমনিয়ে নিজক বছাবৰ বাবে হাতত থকা বটলেৰে দ্বীপজ্যোতিক প্ৰহাৰ কৰা বুলি স্বীকাৰ কৰে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.