Images : Rangali Bihu organized at Shankar Dev Vidya Niketan Charibahi on Friday

ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ আনন্দ (Rongali Bihu 2024 ) বাপতি সাহোন ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে ৷ চৌদিশে বাজি উঠিছে ঢোল-পেঁপা-গগণাৰ শব্দ ।

নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত থকাৰ সময়তে মৰিগাও জিলাতো আৰম্ভ হৈছে জাতীয় উৎসৱ ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি। জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰ দেৱ বিদ্যা নিকেতন চৰাইবাহীত শুকুৰবাৰে আয়োজন কৰা হয় ৰঙালী বিহু ।

Some Picture or Images Rangali Bihu organized at Shankar Dev Vidya Niketan Charibahi on Friday

Rongali Bihu 2024

Rongali Bihu 2024

Rongali Bihu 2024

Rongali Bihu 2024

Rongali Bihu 2024

Rongali Bihu 2024

Charaibahi SVNC




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.