শিক্ষাৰ্থীৰ জীৱনক লৈ পুনৰ হেতালি
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ১৩ মাৰ্চত অনুষ্ঠিত বিজ্ঞান বিষয়ৰ প্রশ্নকাকত আগতীয়াকৈ প্ প্রকাশিত খবৰৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদে এক জাননীযোগে বাতিল কৰিছে। সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব।