TMC ৰ Meghalaya ৰেলীলৈ যোৱাৰ পথত দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু

 TMC ৰ Meghalaya ৰেলীলৈ যোৱাৰ পথত দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু

five-die-in-accident-on-way-to-tmcs-meghalaya-rally


 গুৱাহাটীঃ মেঘালয়ৰ এটা পাহাৰৰ কাষত খুন্দা মৰাৰ ফলত TMCৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা কমেও পাঁচগৰাকী মহিলা নিহত হোৱাৰ লগতে কেইবাগৰাকীও আহত হয়

 আৰক্ষীৰ তথ্য অনুসৰি আডোকগ্ৰীত TMCৰ নিৰ্বাচনী সভালৈ যোৱা ট্ৰাকখনত কমেও ২৪ জন লোকে যাত্ৰা কৰিছিল 

 থিতাতে মৃত্যু হয় পাঁচগৰাকী মহিলাৰ।  আহতসকলক ততাতৈয়াকৈ হস্পিটেলত লৈ যোৱা হয়!

 আৰক্ষীয়ে জনোৱা মতে, একাংশৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক অসমৰ গোৱালপাৰালৈ স্থানান্তৰ কৰা হৈছে 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.