" মৰিগাঁওত অসম ৰাজ্যিক অ বি চি সংঘৰ সাধাৰণ সভা

মৰিগাঁওত অসম ৰাজ্যিক অ বি চি সংঘৰ সাধাৰণ সভা

 

মৰিগাঁওত অসম ৰাজ্যিক অ বি চি সংঘৰ সাধাৰণ সভা

মৰিগাঁওত অসম ৰাজ্যিক অ বি চি সংঘৰ সাধাৰণ সভা

যোৱা সোমবাৰে মৰিগাঁও জিলা আৰ্ৱত ভৱনত অসম ৰাজ্যিক অ বি চি সংঘৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সাধাৰণ সভাত উপস্থিত থাকে অসম ৰাজ্যিক অ বি চি সংঘৰ উপদেষ্টা ৰাজেন গোঁহাই লগতে অ বি চি সংঘৰ সাধাৰণ সম্পাদক  ৰেবকান্ত সন্দিকৈ লগতে  ৰাজ্যিক উপদেষ্টা চন্দ্ৰ কুমাৰ বৰুৱা,কোষাধক্ষ্য জ্যোতি প্ৰসাদ ফুকন উপস্থিতিত অ বি চি সংঘৰ মৰিগাঁও জিলা সমিতি গঠন কৰা হয়।

মৰিগাঁওত অসম ৰাজ্যিক অ বি চি সংঘৰ সাধাৰণ সভা


    উক্ত সাধাৰণ সভাত সভাপতিত্ব কৰে অ বি চি সংঘৰ উপদেষ্টা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী ৰাজেন গোঁহাই ।

 উক্ত সভাত উপস্থিত থাকি অ বি চি জাতি ওপৰত কেইবাটাও বিষয়বস্তু উপৰত মত বিনিময় কৰে। সভাৰ শেষত  ডা.অৰুণ কুমাৰ নাথ,ডালিম ফুকন,মুকুল কাকতি উপদেষ্টা হিচাপে লৈ সভাপতি মনমোহন ৰাজবংশী, 

মৰিগাঁওত অসম ৰাজ্যিক অ বি চি সংঘৰ সাধাৰণ সভা


উপ-সভাপতি ধৰণীধৰ বুঢ়াগোহাঁই, কল্পতৰু চৌধুৰী,ভদ্ৰেশ্বৰ বেকাৰ,উজ্বল বৰা, 

   সম্পাদক সুশীল নাথ, যুটীয়া সম্পাদক প্ৰসন্ন কুমাৰ সুত, কৃষ্ণ কুমাৰ নাথ,পুলক নাথ,নিতু কুমাৰ নাথ, মণিমালা শইকীয়া,মলিন মেধীক সাংগঠনিক সম্পাদক , অচ্যুত কুমাৰ নাথ আৰু বিভুতি নাথক প্ৰচাৰ সম্পাদক,ভোলা বৰা,টিংকু ডেকা সৈতে ২১জনীয়া এখন পূণাংগ সমিতি গঠন কৰি ।

প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে।

Post a Comment

Previous Post Next Post

People Like