" এইকেইটা বস্তু বেগত ৰাখিলে কেতিয়াও নহয় আৰ্থিক সমস্যা। জানক ৰখাৰ নিয়ম।

এইকেইটা বস্তু বেগত ৰাখিলে কেতিয়াও নহয় আৰ্থিক সমস্যা। জানক ৰখাৰ নিয়ম।

keep these kitchen ingredients inside your money purse to lift your fortune

keep these kitchen ingredients inside your money purse to lift your fortune

 বাহিৰলৈ ওলাই যোৱাৰ সময়ত টকা বা উপযোগী কাগজ ৰখা বেগত কিছুমান সাধাৰণ পাকঘৰৰ মছলা ৰাখক। শুভকামনা-সফলতা-উন্নয়নে আপোনাৰ দুৱাৰত টোকৰ মাৰিব।

1.পাৰ্চত এটা তেজ পাত ৰাখিব লাগে। ৰঙা চিয়াঁহীৰ কলমেৰে লিখিব '318612518714' নম্বৰটো।  ই আপোনাক দ্ৰুতগতিত উন্নত কৰাত সহায় কৰিব।

2.হিছাপ কৰি ৰাখক ৬ টা লং।  ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ নামত উৰাবাতৰি বিয়পোৱা বন্ধ কৰাত সহায়ক হ’ব।

3. ইলাচি দুটা ৰাখক।  ইয়াৰ ফলত অধিক টকা আহিব।

4.পাৰ্চত দালচেনি দিব।  ই আপোনাৰ সন্মুখত নতুন নতুন সুযোগ মুকলি কৰিব।

5. বেগত ৯ টা জালুক ৰাখক যাতে সকলো ধৰণৰ নেতিবাচক প্ৰভাৱৰ পৰা নিজকে আঁতৰত ৰাখিব পাৰি।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

Previous Post Next Post

People Like