পুনৰ যঠেষ্ট পৰিমাণে বৃদ্ধি পালে Jio ৰিচাৰ্জৰ দাম , মুকেশ আম্বানীয়ে দিলে মাধমাৰ

again jio recharge plan increased by mukesh ambani reliance


Again jio recharge plan increased by mukesh ambani reliance

আজিকালি ৰিচাৰ্জ প্লেনৰ দাম ইমানেই বাঢ়িছে যে প্ৰতিমাহে মোবাইল ৰিচাৰ্জ কৰাটো সাধাৰণ মানুহৰ বাবে জটিল হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে ভাৰতীয় সকলক আকৌ এবাৰ মাৰিলে ধকা। আৰু এই ধকাটো দিছিল স্বয়ং মুকেশ আম্বানীয়ে। ভাৰতক নেট জগতৰ সৈতে চিনাকি কৰাই দিয়া আম্বানীৰ জিঅ’ই পুনৰ বৃদ্ধি কৰিছে দাম। ১০-২০ টকা নহয়, বৃদ্ধি হৈছে ১৫০ টকা!

এতিয়ালৈকে জিঅ’ই জনপ্ৰিয় ৭৪৯ টকা প্লেনৰ মূল্য ২০ শতাংশ বৃদ্ধি কৰি ৭৯৯ টকা কৰিছে।

জিঅ’ৰ তলৰ কোনটো পৰিকল্পনাই মূল্য বৃদ্ধি কৰিছে ?

১) ১৫৫ টাকা প্লেনৰ মূল্য এতিয়া ১৮৬ টাকালৈ বৃদ্ধি কৰা হৈছে আৰু ২২২ টাকা প্লেনৰ মূল্য বৃদ্ধি কৰা হৈছে আগৰ ১৮৫ টাকা প্লেন । যদি আপুনি ১৮৬ টাকা ৰিচাৰ্জ কৰে তেন্তে আপুনি প্ৰতিদিনে ১ জিবি ডাটা পাব আৰু ২২২ টাকা ৰিচাৰ্জ কৰিলে আপুনি প্ৰতিদিনে ২ জিবি ডাটা পাব। দুয়োটা প্লেন ২৮ দিনৰ বাবে বৈধ আৰু ইয়াৰ সৈতে আপুনি আনলিমিটেড কল আৰু দৈনিক ১০০টা এছএমএছ লাভ কৰিব।

তদুপৰি যেতিয়া আপোনাৰ দৈনিক ডাটা শেষ হৈ যাব তেতিয়া আপুনি ৬৪ কেবিপিএছ স্পীডত আনলিমিটেড ইণ্টাৰনেট পাব।



২) তাৰ পিছত আছে ৭৯৯ টকাৰ প্লেন যিটো আগতে মাত্ৰ ৭৪৯ টকা আছিল। ইয়াত আনলিমিটেড কলিং ৩৩৬ দিন আৰু প্ৰতিমাহে ২ জিবি ডাটাৰ পোৱা যায়। ইচ্ছাকৃত কল আৰু দৈনিক ১০০টা বাৰ্তাৰ অফাৰৰ সৈতে।

জিঅ’ৰ প্ৰতিটো ৰিচাৰ্জৰ লগে লগে তেওঁলোকৰ এপবোৰৰ চাবস্ক্ৰিপচন বিনামূলীয়া।

জিঅ’ফোনৰ আৰু কি কি পৰিকল্পনা আছে ?

তদুপৰি ১৪৯৯ টকাৰ এবছৰীয়া পৰিকল্পনা আছে। কিন্তু আপুনি  Jio phone কিনিলেই পাব। তাত আপুনি ২৪ জিবি ডাটা আৰু জিঅ’ এপৰ চাবস্ক্ৰিপচন আৰু আনলিমিটেড ভইচ কলৰ সুবিধাও লাভ কৰিব।

ইয়াৰ উপৰিও ১৯৯৯ টকাৰ প্লেন আছে। তাত আপুনি একেবাৰে দুবছৰৰ বাবে আনলিমিটেড কলিং ৪৬ জিবি ডাটা আৰু এপ চাবস্ক্ৰিপচন পাব।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.