how to register fir online
আজিৰ দিনত বিভিন্ন ঘটনা সংঘ্টিত হৈ থাকে । কিছুমান এনে ঘটনাও আমাৰ লগত ঘটে যাৰ বাবে আমি FIR দাখিল কৰিব লগীয়া হয় । কিন্তু আমি বহুতেই নাজানো যে FIR কেনেকৈ দাখিল কৰিব পাৰি । সেয়ে আজি আমি কম যে আপুনি কেনেকৈ অনলাইনত FIR পঞ্জীয়ন কৰিব পাৰে । ইয়াৰ প্ৰক্তিয়াটো অতি সহজে । গতিকে আমি এতিয়া ইয়াৰ বিষয়ে বিতংভাৱে জানি লওঁ আহক ।
অনলাইনত FIR কেনেকৈ পঞ্জীয়ন কৰিব
- প্ৰথমে ৰাজ্যখনৰ আৰক্ষীৰ অফিচিয়েল ৱেবচাইটলৈ যাওক য’ত আপুনি FIR দাখিল কৰিব লাগিব। https://police.assam.gov.in/
- ইয়াৰ পিছত আপুনি এই ৱেবচাইটত নাগৰিক সেৱাৰ বিকল্প পাব, তাত ক্লিক কৰক
- ইচ্ছা কৰিলে Direct CCTNS ৰ পৰ্টেলতো চাব পাৰে
- ইয়াৰ পিছত E-Fir বা Complaint Registration ৰ বিকল্পত ক্লিক কৰক
- এতিয়া ইয়াত আপুনি লগইন কৰিব লাগিব বা ৰেজিষ্টাৰ কৰিব লাগিব
- ইয়াৰ পিছত আপুনি E-Fir ৰ বিকল্প পাব, তাত ক্লিক কৰক
- এতিয়া ইয়াত আপোনাক Disclaimer দেখুওৱা হব, শুদ্ধকৈ পঢ়ক আৰু I Agree বুটামত ক্লিক কৰক
- ইয়াৰ পিছত আপোনাৰ ব্যক্তিগত তথ্য, ঠিকনা আৰু অন্যান্য তথ্যৰ সৈতে ভুক্তভোগীৰ তথ্যৰ সৈতে জড়িত সকলো তথ্য, ঘটনাস্থলীত সংঘটিত হোৱা ঘটনাৰ তথ্য, সবিশেষ পূৰণ কৰক।
এইদৰে আপুনি E-FIR দাখিল কৰিব পাৰিব ।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati