পকা চুলি আছে নেকি ? আগৰ দৰেই ক’লা কৰক , কিন্তু কেনেকৈ ?

 

mature hair will be black like before in the potato

mature hair will be black like before

পকা চুলি আলুত আগৰ দৰেই ক’লা হ’ব - বহুতে বজাৰত কিনা ৰংটো ক’লা কৰিবলৈ বাছি লয়, কিন্তু এই ৰঙৰ ব্যৱহাৰে চুলিৰ স্বাস্থ্য বেয়া কৰি তোলে। সকলো চুলি খৰকৈ পকি যাবলৈ আৰম্ভ কৰে ।

আৰু এবাৰ ৰং কৰিলে ৭ৰ পৰা ১০ দিনৰ ভিতৰত বগা চুলি ওলায়, গতিকে আকৌ চুলিত ৰং কৰিব লগীয়া হয় । এই সমস্যাৰ পৰা হাত সাৰিবলৈ স্বাভাৱিক উপায় বাছি লওক। অতি সাধাৰণ আলুৰে চুলিৰ ক’লা ৰং ঘূৰাই দিয়াটো সম্ভৱ।

কেনেকৈ? জানি লওক: কেৰাহীত আলুৰ বাকলি অলপ দিব। তাৰ পিছত দুকাপ পানী লব। জুই্ত বঢ়াই ২০ৰ পৰা ৩০ মিনিট উতলিবলৈ দিব। তাৰ পিছত ঠাণ্ডা কৰি চেম্পুৰ বটলত ঢালি লব। এতিয়া মইশ্ব’ৰাইজিং শ্বেম্পুৰে চুলি ধুই চুলিত ৰং কৰক। তাৰ পিছত টাৱেলেৰে মেৰিয়াই লওক। ১৫ মিনিটৰ পিছত চুলিৰ পৰা টাৱেলখন আঁতৰাই চুলিখিনি শুকুৱাই ল’ব। এসপ্তাহ ধৰি এই ৰং ব্যৱহাৰ কৰাৰ পিছত দেখিব যে বগা চুলিখিনি ক’লা হ’বলৈ আৰম্ভ কৰিছে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews 

 https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.