biggest and smallest name railway station in india
ভাৰতীয় ৰে’লৱে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰে’লৱে নেটৱৰ্ক আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম ৰে’লৱে নেটৱৰ্ক। ভাৰতত মুঠ ৬৩৩৬ টা ৰেল ষ্টেচন আছে।
দেশৰ দুৰ্গম প্ৰান্তত ভাৰতীয় ৰে’ল ষ্টেচনো আছে।
বহু ষ্টেচনৰ নামো যথেষ্ট আচহুৱা। শুনি স্তম্ভিত হৈ পৰিলোঁ।
কিন্তু জানেনে, দেশৰ কোনবোৰ ডাঙৰ আৰু সৰু নামযুক্ত ষ্টেচন! আটাইতকৈ ডাঙৰ নামৰ ষ্টেচনটোত ২৮টা আখৰ আছে। ইফালে ইংৰাজী বৰ্ণমালাত আছে ২৬টা আখৰ ।
ভেংকটনাৰসিংহৰজুৱৰিপেটা ভাৰতৰ আটাইতকৈ ডাঙৰ নামৰ ষ্টেচন। ই অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ সীমান্তত অৱস্থিত।
দেশৰ আটাইতকৈ সৰু ষ্টেচনটোৰ নাম ইব। আই বি নদীৰ নামেৰে এই ৰেল ষ্টেচনটোৰ নামকৰণ কৰা হৈছে। আই বি মহানদীৰ উপনৈ।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati