quebec health ministry accidentally tweets link to adult video instead of covid 19 portal
কুইবেকৰ স্বাস্থ্য মন্ত্ৰীয়ে বৃহস্পতিবাৰে দুৰ্ঘটনাক্ৰমে এটা লিংক টুইট কৰিছিল যিয়ে ব্যৱহাৰকাৰীসকলক কানাডা প্ৰদেশৰ কোভিড-১৯ পৰ্টেললৈ প্ৰেৰণ কৰাৰ কথা আছিল কিন্তু তাৰ পৰিৱৰ্তে অশ্লীল ভিডিঅ' ছাইট পৰ্ণহাবৰ এটা পৃষ্ঠালৈ গৈছিল য'ত প্ৰদৰ্শিত আছিল ভৰিৰ ছবি।
ভুলক্ৰমে ঘটা এই ঘটনাটো গম পোৱাৰ পিছত মন্ত্ৰীজনে দ্ৰুততাৰে পোষ্টটো তাৰ পৰা বিলোপ্ত কৰে।
"আমাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ পৰিস্থিতিৰ বাবে, আমাৰ টুইটাৰ একাউণ্টত অনুপযুক্ত সমলৰ সৈতে এটা লিংক পোষ্ট কৰা হৈছিল," এনেদৰে এক ইমেইলযোগে এএফপিক(AFP) জনাই যে ইয়াৰ অনুসন্ধান কৰি থকা গৈছে ।
স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ১,০০,০০০ তকৈও অধিক টুইটাৰ অনুসৰণকাৰী আছে।
ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ দৃষ্টিত এই ঘ্টনাটো নপৰাকৈ নাথাকিল , এই ঘটনাটোৱে মনোৰঞ্জন আৰু বিৰক্তিৰ পৰা উপহাসলৈকে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews