আজি ২১ বহাগ , বৃহস্পতি বাৰ
ইং ২০২২ চনৰ ৫ মে
জন্মত - মিথুন ৰাশি
নক্ষত্র - আৰ্দ্ৰা , অহোৰাত্র
তিথি - শুক্লা চতুৰ্থী , প্ৰাতঃ ঘন্টা ৭|৮|৪৩ লৈ
মৰণত দোষ - নাই
ভক্ষ্যাভক্ষ্য - মূলা আৰু বেল খোৱা নিষেধ
কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকা মতে আগবঢ়ালো "দৈনিক ৰাশিফল"
মেষ - সহায় লাভ
বৃষ - আত্মীয় সুখ
মিথুন - সমস্যা সমাধান
কৰ্কট - বন্ধু বিৰোধ
সিংহ - যোগাযোগত শুভ
কন্যা - মনোকষ্ট
তুলা - কৰ্মোন্নতি
বৃশ্চিক - সম্পদ নাশ
ধনু - কৰ্মত শুভ
মকৰ - সমস্যা বৃদ্ধি
কুম্ভ - মানসিক অৱসাদ
মীন - আশা পূৰণ
ৰাইজৰ সেৱাত - শশাঙ্ক ভৰদ্বাজ