ইং ২০২২ চনৰ ৪ মে ৰাশিফল
জন্মত - বৃষ ৰাশি , দিবা ঘন্টা ২|৪০|৪৮ যোৱাত মিথুন ৰাশি
নক্ষত্র - মৃগশিৰা , শেষ ৰাতি ঘন্টা ৩|৫৭|১৪ লৈ
তিথি - শুক্লা তৃতীয়া , প্ৰাতঃ ঘন্টা ৫|৮|৫৬ লৈ
মৰণত দোষ - নাই
ভক্ষ্যাভক্ষ্য - পটল আৰু মূলা খোৱা নিষেধ
কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকা মতে আগবঢ়ালো "দৈনিক ৰাশিফল"
মেষ - যোগাযোগত শুভ
বৃষ - মানসিক দুঃশ্চিন্তা
মিথুন - উপাৰ্জন বৃদ্ধি
কৰ্কট - কাৰ্য্য সিদ্ধি
সিংহ - কৰ্ম সুখ লাভ
কন্যা - কৰ্মত সুনাম
তুলা - প্ৰীতি লাভ
বৃশ্চিক - সমস্যা সমাধান
ধনু - শত্রু নাশ
মকৰ - মতবিৰোধ
কুম্ভ - সন্মান লাভ
মীন - মনত ভয়
ৰাইজৰ সেৱাত - শশাঙ্ক ভৰদ্বাজ