বিয়াৰদিনা কইনাৰ এই কাণ্ড দেখি থতমত খালে দৰা ! চাওঁক কি কৰিলে কইনাৰ

bride-smoking-video-bride-was-seen-blowing-a-ring-of-smoke-on-wedding-day-then-groom-said-this


bride smoking video bride was seen blowing a ring of smoke on wedding day then groom said this

আজিকালি  সময় সলনি হৈছে। ইয়াৰ উপৰি এতিয়া মানুহৰ চিন্তাধাৰাত বহু পাৰ্থক্য দেখা যায়। তথাপি আজিও পুৰণি ৰীতি-নীতি অনুসৰি বিয়া-বাৰু সম্পন্ন কৰাও দেখা যায়। কিন্তু সময়ৰ গতিৰ লগে লগে তেওঁলোকৰ মাজত আধুনিকতা আহে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা বিয়াৰ ভিডিঅ’ অতি ভাইৰেল হৈ পৰিছে।

এই ভাইৰেল ভিডিঅ'টোত কইনাৰ এনে কাৰ্য দেখি আপুনি থতমত খাব।  ভিডিঅ’টো মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বহুতে কইনাৰ ওপৰত খং কৰিছিল। আচলতে ভিডিঅ’টোত কইনাগৰাকীয়ে বিয়াৰ দিনা ধূমপান কৰি ধোঁৱাৰ এৰি থকা দেখা গৈছে। এই কাৰ্য দেখি আত্মীয়ই আচৰিত হৈ পৰিছে। নিজৰ কইনাৰ এনে এক কাৰ্য দেখি বেচেৰা দ ৰা জন স্তম্ভিত হৈ পৰে। ইয়াৰ পিছত কইনাক ইংগিতেৰে মতি এনে নকৰ বুলি ক’লে। কিন্তু কইনাই তেওঁক আওকাণ কৰি ধোঁৱা এৰিয়েই আছিল।

ভিডিঅ’টোত দেখা পোৱাৰ দৰে বিবাহৰ সকলো নিয়মাৱলী সম্পূৰ্ণ হৈছে। তাৰ পিছত দৰা-কইনাই আত্মীয়ৰ লগত বহি খোৱা-বোৱা কৰে। দৰা-কইনাই ইজনে সিজনক হাতেৰে খুৱাই আছে। তাৰ পাছত কইনাক মুখৰপৰা ধোঁৱা এৰি থকা দেখা গল ।

ভিডিঅ’টোত দেখা গৈছে যে বিবাহ অনুষ্ঠানৰ অন্তত  দৰা -কইনা আহি ডিনৰ তেবুলত বহিছেহি। খাই থাকোতে কইনা মুখত কিবা এটা ভৰাই লয়। ইয়াৰ পিছতে তাই মুখৰ পৰা ধোঁৱা এৰিবলৈ ধৰে আৰু দৰাক হাতত ধৰি আৰলৈ লৈ যায়। ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছে। একাংশ মানুহে ভিডিঅ’টোৰ কমেণ্টত লিখিছে যে কইনাগৰাকীৰ লাজ কাজ নাই নেকি।  বহুতে বাৰু ধেমেলীয়া প্ৰতিক্ৰিয়াতে কৈছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.