Modi visit Assam
মোদীৰ সভালৈ মানুহ আনিবলৈ হাজাৰ হাজাৰ বাছ ডিব্ৰুগড়ত। গুৱাহাটী-গোৱালপাৰা, ধুবুৰীত ৰাইজক হাৰাশাস্তী দি মোডীৰ সভাত নাচিব বিজেপিৰ কৰ্মকৰ্তাই ।
এটা কবিতা আলহী-অতিথি যাব, ৰভা নাইকিয়া হব ,বোৱাৰীয়ে ঘৰখন দিবহি পূৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই ।
মোডী আহিব সভাত হাজাৰটা প্ৰতিশ্ৰুতি দিব । আলহিবোৰেও বিদায় লব । ভাঙ থৈ যা দুই এখন চকি । তাৰ পিছত সকলো ফুটুকাৰ ফেন । সেইবাবেই কোটি কোটি টকা ব্যয়ৰ লাভটো কি ?
মোডী সভালৈ অহা মানুহৰ বাবে যাতায়তৰ বাবে ৰাজকোষৰ ধনৰ ব্যয়ৰ পৰিমাণ ঃ


