তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাওঁ জিলাৰ চৰাইবাহীত মহাভাগৱত পাঠ ও প্ৰৱচন Charaibahi Bhagobot

Charaibahi Bhagobot

 সকল নিগম কল্পতৰু    , তাৰ ফল মহা ভাগৱত,

          শুক মুখে আসি ভূমিত ভৈল বিদিত।,

ৰসত চতুৰ যিটো জন        কৃষ্ণৰ চৰণে দিয়া মন

     পৰম সন্তোষে পিয়াক ফল-অমৃত।।

 Charaibahi Bhagobot


তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাওঁ জিলাৰ চৰাইবাহীত মহাভাগৱত পাঠ ও প্ৰৱচন । বৈকুণ্ঠ পুৰীলৈ পৰিবৰ্তিত হ'ল শংকৰী কলা-কৃষ্টি কেন্দ্ৰ, সাৰ্বজনীন শংকৰ মন্দিৰ প্ৰাংগন । গুৰুজনাই দি থৈ যোৱা মহান সৃষ্টিৰাজী মহাভাগৱতৰ পাঠে পবিত্ৰ কৰিব পাঠস্থলি । চ'ত মাহৰ ২৪,২৫ আৰু ২৬ তাৰিখে অনুষ্ঠিত হোৱা এই মহাভাগৱত পাঠ ও প্ৰৱচন এই বছৰ দ্বাবিংশতিতম ভৰি দিলে । এই ভাগৱত প্ৰৱচন শুনি ধন্য হবলৈ প্ৰথম দিনাৰে পৰাই দুৰ দুৰণিৰ পৰা বহু ভক্তগন অহা দেখিবলৈ পোৱা গ'ল।  
Charaibahi Bhagobot

Pic :- Charaibahi Bhagobot


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.