অভয়াপুৰীত মেট্ৰিকৰ পৰীক্ষাৰ দিনাই অঘটন। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থী চিপজৰি লৈ বাচি ললে আত্মহননৰ পথ। উক্ত ঘটনাটি সংঘটিত হয় উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত আমতোলাত। পৰীক্ষাৰ্থী গৰাকী অভয়াপুৰীৰ আমতোলাৰ পৱন ৰায়(১৭)। উত্তৰ শালমাৰাৰ DPM হাইস্কুলৰ ছাত্ৰ গৰাকীয়ে আজি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল।
অভয়াপুৰীৰ পৰা হিমাংশু দাস ডিংকুৰ প্ৰতিবেদন