ৰাতি ৮-৩০ বজাৰ পৰা ৯-৩০ বজালৈ বৈদ্যুতিক লাইটৰ ছুইছ বন্ধ কৰক



২৬ মার্চ, ২০২২ শনিবাৰে সমগ্র বিশ্বতে ৰাতি ৮-৩০ বজাৰ পৰা ৯-৩০ বজালৈ বৈদ্যুতিক পোহৰ পৰিহাৰ কৰি WWF-India ৰ সমর্থনত “ধৰিত্রী ঘন্টা” (EARTH HOUR 2022) পালন কৰা হ’ব।

উক্ত সময়চোৱাত অত্যন্ত প্রয়োজনীয় লাইটসমূহৰ বাহিৰে
বাকী সকলো লাইটৰে ছুইছ অফ কৰি ৰাখিবলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সমূহ ৰাইজক অনুৰোধ কৰিছে৷
Assam Power Distribution Company Limited Facebook Post

Assam Power Distribution Company Limited tweet
On this Earth Hour Day, make your dear ones aware of saving electricity for a better future of the earth. Glad Earth Hour Day!


 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.