পখিলা খেদাৰ বয়সতেই চটফটাইছে এগৰাকী কণমানীয়ে সহায় আগবঢ়াব পাৰিবনে ?

ভগৱান আছে জানো ?

পখিলা খেদাৰ বয়সতেই চটফটাইছে এগৰাকী কণমানী

ছবিখন দেখি হয়তো আপুনি অনুমান কৰিব নোৱাৰিব কিমান যন্ত্ৰণাময়  কিমান বেদনাদায়ক ।। পখিলা খেদাৰ বয়সতেই কিদৰে চটফটাই আছে সেয়া দেখিলে আপোনাৰো অন্তৰ ভাগিব ।। বিষত চটফটাই চিঞঁৰিছে তাই , কান্দে তাই ' মা মই কেতিয়া ভাল হম' ।। ঘৰখনত আছে কেৱল মাক দেউতাক এজনী সৰু ভনীয়েক।। দেউতাকে দিন হাজিৰা কৰি কোনোমতে পোহপাল দিছে পৰিয়ালটো।। পিতৃ কেশৱ মেধি আৰু মাতৃ বুলি মেধি ৰ ডাঙৰ ছোৱালী ৰঞ্জীতা মেধি এতিয়া এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত।।

Japanese encephalitis at morigaon

৯ বছৰ বয়সতেই Japanese encephalitis ৰোগত আক্ৰান্ত হৈছিল ছোৱালী জনী।। বৰ্তমানৰ বিধায়িকা  চিবামণি বৰা বটদ্ৰবা সমষ্টিৰ বংগলাবৰী বাসিন্দা এই পৰিয়ালটো।। এই ছোৱালী জনী এঘাৰ বছৰ এই জটিল ৰোগত আক্ৰান্ত হয় আছে।। ২০১১ চনৰ পৰা ২০২২ লৈ নাই কোনো কাৰোৰে সহাৰি।। ২০১১ চনত সামান্য জ্বৰ উঠোঁটেই লৈ গৈছিল গুৱাহাটী মেডিকেল কলেজলৈ।।  দুখীয়া পিতৃ মাতৃয়ে ধনৰ অভাৱত আজি পৰ্যন্ত কৰিব নোৱাৰিলে উন্নত চিকিৎসা।। বহুবাৰ বহু নেতা পালি নেতাৰ কাষ চাপিছে যদিও সুফল পোৱা নাই পৰিয়ালটোৱে।। তাইৰো মন আকাশ চোৱাৰ , তাইৰো মন সোণৰ পদক বিজয়ী দৌৰবিদ হিমা দাসৰ দৰে হোৱাৰ । কিন্তু সেই সপোন যেন ৰং দিবলৈ নিবিচাৰে নিষ্ঠুৰ নিয়তিয়ে।। তাইক দেখিলে ভগৱানৰ ওপৰত আপোনাৰো আস্থা হেৰাই যাব। বিধাতাই কিয় এনেদৰে সৃজন কৰিলে এই দুখীয়া ছোৱালীজনীক।।

কোনো সদ হৃদয় লোকে এই পৰিয়ালটোক যদি  সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে যোগাযোগ কৰক ।

9864957516 

Ac no :- 7268026016214

IFSC :- SBIN0006309

Morigaon

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.