সৰস্বতী পূজাত কিমান টকা খৰচ কৰিলে Beauty Parlour ত আপুনি বাৰু জানেনে ?

সৰস্বতী পূজাত কিমান টকাৰ মেকআপ বিক্ৰী গ'ল আপুনি বাৰু জানেনে ? 
beauty parlour budget during saraswati puja 2022


পূজা মানেই আধ্যাত্মিকতাৰ এক উৎসৱ , হিন্দু ধৰ্মক অনুসৰণ কৰিয়েই ইংৰাজী বছৰটোৰ প্ৰথম পূজাটোৱেই হৈছে সৰস্বতী পূজা । সৰস্বতী পূজা হিন্দুৰ পালনীয় এক ধৰ্মীয় অনুষ্ঠান । বসন্ত পঞ্চমীৰ দিনটোত সৰস্বতী মাক আৰাধনা কৰা হয় । ইং 5 February (Saturday) তাৰিখে ভিন্ন প্ৰান্তৰ লগতে অসমতো সৰস্বতী পূজা অনুষ্ঠিত হ'ল । মা দেৱীক আৰাধনাৰ লগতে নিজকে সাজি-কাচি তৈয়াৰী কৰি পূজালৈ আগবাঢ়ে । এই দিনটোত আকৌ অসমৰ বহু সংবাদ মাধ্যমে সুন্দৰী প্ৰতিযোগীতাও পাতে । যাৰ বাবে নিজকে সাজি-কাচি সুন্দৰী হোৱা সপোন দেখে । বহুতে Beauty parlour ত গৈ Mackup কৰে । গুৱাহাটীৰো একেই অৱস্থা । সেই দিনটোত গুৱাহাটীত Beauty parlour ত ভিৰ হ'ল বহু যুৱতীৰ । প্ৰতিগৰাকী যুৱতীয়ে নিজকে সুন্দৰী কৰিবলৈ খৰচ কৰিলে ৪০০০ ৰ পৰা ১৫০০০ টকা । প্ৰায় ৩ লাখ যুৱতীয়ে Beauty parlourত গৈ Mackup কৰিলে । যাৰ আনুমানিক পৰিমান প্ৰায় ১.৫ কোটি টকা । এতিয়া আপুনিয়েই কওক সৰস্বতী পূজা নে ফ্ৰেচন চৌ ? সৰস্বতী মাৰ ওচৰত আৰাধনাৰ বাবে যোৱা হয় নে ফ্ৰেচনৰ বাবে ?

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.