বিয়া পাতিব গৈছিল ছোৱালী পিছত ওলাল লৰা
প্রথমে...
৩ মাহ ব্যাপী Online ত 'ধোঁৱা-ধাৰ প্ৰেম' !
তাৰপাছত পৰিয়ালৰ লোকক এন্ধাৰত ৰাখি- 'পলায়নঙ্কৰী বিয়া' ! 👫
বিয়াৰ পাছত...
গ্ৰহ-নক্ষত্রৰ নানান বাধা, কালপুৰুষ-মহাপুৰুষ-চকুচৰহাৰ ইত্যাদিৰ দোষ, কুদৃষ্টিৰ অজুহাতৰ ভয় দেখুৱাই, পৈয়েকক ১৫ দিনলৈ 'ফুলশয্যা'ত বাধা । তেতিয়াই তদন্তত ওলাল উৰহিৰ ওৰ । দৰা আশুতোষ বৰা পাপু কাইৰ নিচিনা চেঙেলীয়া ডেকাই জানো ইমান দিনৰ ধৈর্য সহিব পাৰে ?
'বিয়া পাতিলেই নহব, ওহোঁ ওহোঁ কৰিব লাগিব'-গীতটি তাড়নাত বশীভূত হৈ কৰিলে কাণ্ড, ওলাই পৰিল নহয় কইনাৰ আচল ৰূপ । কাপোৰ খুকি দেখিলে , লৰাৰ বেশতহে আছিল কইনা । তাৰ পিছত…...