WINE ADVERTISED BIHU REACTION
পুনৰ বহিৰাগত সুৰা কোম্পানীৰ নাভূত-নাস্ৰত কাণ্ড ।
- চছিয়েল মেডিয়াত তীব্ৰ সমালোচনা সুৰা কোম্পানীৰ বিৰুদ্ধে ।
- বিলাটি সুৰাৰ সমপর্যায়ত ঢোল আৰু পেপাটিক ব্যৱহাৰ কৰি বিঞ্জাপন চলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ধিঙৰ সচেতন মহলৰ ।
- "অ চি ব্লু" নামৰ বহিৰাগত বিলাটি সুৰা কোম্পানিটোৱে নিজৰ মুনাফা লাভৰ বাবে জাতিয় থলুৱা লোকবাদ্য ঢোল আৰু পেপাটিক অপব্যৱহাৰ কৰাক লৈ ধিং শাখা সাহিত্য সভা শতদল,বিশষ্ট শিক্ষাবিদ আৰু দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।
- জাতিৰ স্বাভিমানৰ প্ৰতীক জাতিৰ সত্ত্বাক বিনষ্ট কৰিব বিছৰা বহিৰাগত কোম্পেনিটোৰ লগত জড়িত দুষ্টচক্ৰটোক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবি জনায় অসম চৰকাৰক ।
- বণিয়া গোষ্ঠীয়ে সস্তীয়া বিঞ্জাপনেৰে অসমীয়াৰ জাতীয় জীৱনৰ আয়ুৰেখাক ভূলুণ্ঠিত কৰাৰ অভিযোগ ।
- এনে দুস্কাৰ্য্যক কোনো পধ্যেয় গ্ৰহণ নকৰো বুলি মত পোষণ কৰি অতি শীঘ্ৰে উক্ত বিষয় সন্দৰ্ভত প্ৰশাসন তথা অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ধিঙৰ সচেতন মহলে ।
- সুৰা কোম্পানীয়ে শ্ৰীগ্ৰেই বিঞ্জাপন বন্ধ নকৰিলে আইনৰ কাষ চাপিব বুলিও হুংকাৰ একাংশৰ ।
👉 ধিঙৰ পৰা ছাইদুল ইছলাম Times Guwahati