বোৱাৰীয়েকক প্ৰেমিকৰ সৈতে শাহুৱে উদ্ধাৰ কৰে আঁঠুৱাৰ তলত তাৰ পিছত ভাইৰেল হৈ পৰিল ভিডিঅ

বোৱাৰীয়েকক প্ৰেমিকৰ সৈতে শাহুৱে উদ্ধাৰ কৰে আঁঠুৱাৰ তলত 


Assames viral video

প্ৰেম হ’ব পাৰে যদিহে সৈ প্ৰেম নিভাজ হয় কিন্তু এই কলি যুগত কেৱল প্ৰেমক কলংক কৰিহে এৰিব একাংশই । বহু এনে ভিডিঅ’ ভাইৰেল হৈয়ে আছে । ঠিক আকৌ প্ৰেমক কলংকিত কৰিলে এইখন অসমৰেই এইহাৰ যুৱক-যুৱতীয়ে । বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰিৰ এটি সন্তানৰ মাতৃয়ে একে গাঁৱৰে মুছলেম উদ্দিনৰ লগত কৰিছিল প্ৰেমৰ সম্পৰ্ক। নিজৰ স্বামী আৰু সন্তান থকাৰ পিছতো বহুদিনৰে পৰা প্ৰাক্তন প্ৰেমিক মুছলেম উদ্দিনৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল।
Assamese viral video


 স্বামী কৰ্ম-সূত্ৰে বহিঃৰাজ্যত থকাৰ সুযোগ লৈ দুয়োয়ে চলাই আহিছিল গোপনে সম্পৰ্ক। যোৱা ৮ নৱেম্বৰ তাৰিখে কোনো নথকাৰ সুযোগ লৈ প্ৰেমিকাক শুৱনি কোঠালৈ আহিছিল প্ৰেমিক মুছলেম। কিন্তু দুয়োৰে দিন বেয়া আছিল। নিশা প্ৰায় ১১মান বজাত ৰাইজে দুয়োকে হাতে-লোটে ধৰা পেলালে। ভিডিঅ’ কৰি ভাইৰেল কৰিলে ছচিয়েল মেডিয়াত । দুয়োকে বান্ধি থলে বিছনাৰ খুটিত । ৰাইজমেল পাতি বিয়া পতাই দিয়াৰ সিদ্ধান্ত লৈছিল যদিও প্ৰেমিকৰ পৰিয়ালে বিয়া পাতিবলৈ অমান্তি হোৱাত স্বামীৰ পৰিয়ালে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত প্ৰেমিক প্ৰেমিকাক বটদ্ৰৱা আৰক্ষীয়ে কৰায়ত্ত কৰে। এনে প্ৰেম যোগ্য হয়নে ?
Assamese viral video


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.