ব্ৰাসৰ নৃত্যত বহুৱালি। গুৰুজনাই দি থৈ যোৱা কৃষ্টি সংস্কৃতি প্ৰবিত্র ৰাস নৃত্যত এইবাৰ বহুৱালি কৰিলে মৰিগাঁৱৰ বৰঙাবাৰীত

 

Assam rakh

ব্ৰাসৰ নৃত্যত বহুৱালি। গুৰুজনাই দি থৈ যোৱা কৃষ্টি সংস্কৃতি প্ৰবিত্র ৰাস নৃত্যত এইবাৰ বহুৱালি কৰিলে মৰিগাঁৱৰ বৰঙাবাৰীত

পুনৰ অপমান গুৰুজনাৰ কৃষ্টি সংস্কৃতিক । 

বহুৱালি কৰি উদ্ভণ্ডালি নৃত্য একাংশ ফটোৱা শিল্পীৰ ।

পবিত্ৰ ৰাস মহোৎসৱক অপবিত্ৰ কৰিলে এই সকল শিল্পীকেইজনে । গুৰুজনা আজি যদি জীয়াই থাকিল হেতেন তেন্তে আজি হয়তো কিমান অপমান পালে হয় , সেয়া আমি নকলেও বুজি পাব । কিন্তু আজিৰ তাৰিখত তেনে বহুৱালিৰ গুৰুত্বহেযেন বাঢ়িছে এইখন অসমত । বিতৰ্কই

লগ নেৰা মৰিগাওঁ জিলাত আকৌ এবাৰ কেতিয়াও ভাৱিব নোৱাৰা কাণ্ড সংঘটিত হ'ল । বহুতেই প্ৰশ্ন উত্থাপন কৰিছে যে কিয় বাৰে বাৰে এনে ঘটনা সংঘটিত হয় । 

এইয়া মৰিগাওঁৰ বৰঙাবাৰীত হোৱা ৰাস মহোৎসৱ দৃশ্য । চাওক কিদৰে এই লৰা গোপী সকলে ব্যাসৰ নৃত্যত বহুৱালি কৰিলে । আনকি Flying kiss দিবলৈও নেৰিলে, এনে উদ্ভনদালী নৃত্য দেখি অসমৰ বাহিৰেও অন্য ঠাইৰ লোকে কি মন্তব্য দিব ? অসমৰ কৃষ্টি সংস্কৃতিক বিশ্বদৰবাৰত অপমান কৰি কি পালে ৰাস উদ্যোগতাই । এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই এক প্ৰকাৰ সমগ্ৰ অসমতেই চৰ্চিত হৈছে । তাৰ পিছত উদ্যোগতাই ক্ষমা খুজিলে সংবাদ মাধ্যমৰ আগত ।




Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.