মাত্ৰ ১ মিলিমিটাৰৰ এখন নাও আৰু গৌৰৱ অৰ্জন এজন ছাত্ৰৰ : Bishnu Bornil goswami get India book of Record award

মাত্ৰ ১ মিলিমিটাৰৰ এখন নাও আৰু গৌৰৱ অৰ্জন এজন ছাত্ৰৰ

মাত্ৰ ১ মিলিমিটাৰৰ এখন নাও আৰু গৌৰৱ অৰ্জন এজন ছাত্ৰৰ : Bishnu Bornil goswami get India book of Record award


মনত প্ৰবল ইচ্ছা শক্তি থাকিলে মানুহে সকলো কামেই কৰিব পাৰে । অসম্ভব বুলিবলৈ একোৱেই নাথাকে তেওলোকৰ বাবে । আৰু সেই অসম্ভব বুলি কোৱা গছজোপাৰ এটা ফল ধৰিলে যোৰাহাটত। যোৰহাট জিলাৰ এগৰাকী ছাত্ৰই অসাধাৰণ কামেৰে এক ইতিহাস ৰচিলে । অষ্টম শ্ৰেণীৰ ছাত্ৰ Name: Bishnu Bornil goswami য়ে ২ মিনিট ১৫ ছেকেণ্ডত মাত্ৰ ১ মিলিমিটাৰ দৈঘ্যৰ এখন কাগজৰ নাও তৈয়াৰ কৰি উলিয়ালে । যাৰ বাবে তেও Indian Book Of Records ত নাম সন্নিবিষ্ট কৰিলৈ সক্ষম হৈছে । পিতৃ ৰঞ্জিত গোস্বামী আৰু জোনালী মহন্তৰ পুত্ৰ বিষ্ণু বৰ্ণিল গোস্বামী । পুত্ৰ সন্তানৰ এই কৰ্মত উৎফুল্লিত পৰিয়াল ।

Bishnu Bornil goswami get India book of Record award

Bishnu Bornil goswami get India book of Record award

Bishnu Bornil goswami get India book of Record award

Bishnu Bornil goswami get India book of Record award


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.