" আপোনাৰ ID ৰ পৰা অন্য মবাইল নম্বৰ চলাই আছে নেকি জানক এনেকৈ

আপোনাৰ ID ৰ পৰা অন্য মবাইল নম্বৰ চলাই আছে নেকি জানক এনেকৈ

আপোনাৰ ID ৰ পৰা অন্য মবাইল নম্বৰ চলাই আছে নেকি জানক এনেকৈ

Id card scam

Check No. of Mobile Connections Working in Your Name Online in TAF-COP Portal

আজিকালি বহুতৰে Pancard , Aadhaar card , voter card দোকানীয়ে xerox কৰি মনে মনে ৰাখি থয় আৰু সেই ID proff  লৈয়ে SIM CARD  বনাইছে ! তাৰ পিছত সেই চিম কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন অনৈতিক কাম কৰিব পাৰে । কাৰোবাক দম দিয়া , ধন দাবী কৰা, ব্লেলমেইলিং কৰা, ইত্যাদি । এনে কৰিলে প্ৰথমে SIM card ৰ গৰাকীক কৰায়ত্ব কৰে আৰক্ষীয়ে ।

গতিকে আজিয়ে জানক কেনেকৈ বাচিব পাৰিব আৰু আপোনালোকৰ ID ত কিমানটা নম্বৰ আছে চাব পাৰিব । 

১) প্ৰথমে এই চৰকাৰী Website Click here    ক্লিক কৰক

২) আপোনাৰ ID ৰ লগত সংযোক্ত থকা মবাইল নম্বৰ সন্নিবিষ্ট কৰক ।

৩) এতিয়া মবাইললৈ এটা OTP আহিব ।

৪) OTP টো খালি বাকচত ভৰাওক

৫) Validate বুটামটো ক্লিক কৰিলেই উলাই পৰিব সকলো নম্বৰ ।


যদিহে আপোনাৰ ID ৰে কোনো অন্য নম্বৰ Active কৰা নাই তেন্তে কেৱল আপোনাৰ নম্বৰটোৱে উলাব । যদিহে আপোনাৰ নম্বৰৰ বাহিৰে অন্য নম্বৰ উলাই তেন্তে আপুনি Telicom authority ৰ লগত যোগাযোগ কৰি সেই Sim খন বন্ধ কৰিব লাগিব । নহলে আপোনাৰ বিপদ হ'ব ।

Post a Comment

Previous Post Next Post

People Like